<?xml version="1.0" encoding="UTF-8"?>
<t>
 <e g="label3" i="label">পাৰচোনাৰ ঠিকনা:</e>
 <e g="label2" i="label">তাৰ পিছত, আপোনাৰ ৱেব ব্ৰাউছাৰৰ অৱস্থান বাৰত, পাৰচোনা অন্তৰ্ভুক্ত কৰা পৃষ্ঠাৰ ঠিকনা ক্লিপবৰ্ডত কপি কৰক, আৰু তলৰ ইনপুট ফিল্ডত পেইস্ট কৰক।</e>
 <e g="visit_personas" i="label">Firefox পাৰচোনাসমূহ ভ্ৰমণ কৰক</e>
 <e g="label1" i="label">প্ৰথমতে Firefox পাৰচোনাসমূহ (http://www.getpersonas.com) ভ্ৰমণ কৰক। আপুনি পছন্দ কৰা, আৰু LibreOffice ৰ বাবে বাছিব লগিয়া এটা পাৰচোনা সন্ধান কৰক।</e>
</t>